চিআইডিৰ কৰ্ণাটক পিএছআই নিযুক্তি কেলেংকাৰীত বিজেপিৰ দিব্যা হাগাৰ্গীক গ্ৰেপ্তাৰ 

PC-Zee News

চিআইডিৰ কৰ্ণাটক পিএছআই নিযুক্তি কেলেংকাৰীত বিজেপিৰ দিব্যা হাগাৰ্গীক গ্ৰেপ্তাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-কৰ্ণাটকৰ আৰক্ষী উপ-পৰিদৰ্শক (পিএছআই) নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত অপৰাধ অনুসন্ধান বিভাগে (চিআইডি) বিজেপি নেত্ৰী দিব্যা হাগাৰ্গীক গ্ৰেপ্তাৰ কৰিছিল। খবৰ অনুসৰি দিব্যা মহাৰাষ্ট্ৰৰ পুনেৰ এটা গোপন আস্তানাৰ পৰা ধৰা পৰিছিল। তেওঁ জ্ঞান জ্যোতি প্ৰতিষ্ঠান চলায় যিকালাবুৰাগীৰ এটা শিক্ষানুষ্ঠান আৰু গোচৰটোত গ্ৰেপ্তাৰ হোৱা ১৮ তম অভিযুক্ত আছিল।