চাৰিখন ৰাজ্যৰ ১৬ খন ৰাজ্যসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত 

pc- Mint

চাৰিখন ৰাজ্যৰ ১৬ খন ৰাজ্যসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত 

ৰঙিলী বাৰ্ত্তাসেৱা-    আজি চাৰিখন ৰাজ্য, ৰাজস্থান, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ ১৬ খন ৰাজ্যসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। মহাৰাষ্ট্ৰত, ৰাজ্যসভাৰ ৬ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজস্থান আৰু কৰ্ণাটকৰ পৰা প্ৰায় ৪ খন কৈ আসন, আৰু হাৰিয়ানাৰ ২ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব। এতিয়ালৈকে, ৪১জন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।পুৱা ৯ বজাত ভোটগ্ৰহণ আৰম্ভ হৈছিল। আৰু আবেলি ৪ বজাত সমাপ্ত হ’ব। ভোটগণনা সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’ব।