চনু নিগমৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী গ্ৰহণ 

pc Hindustan Times

চনু নিগমৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী গ্ৰহণ 

ৰঙিলী বাৰ্ত্তাসেৱা- গায়ক চনু নিগমক নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মান জনায়। চনু নিগমে অন্যান্য ভাৰতীয় ভাষাৰ লগতে হিন্দী, কানাড়া, ওড়িয়া, বঙালী, গুজৰাটী, তামিল, তেলেগু, মাৰাঠী, নেপালী, মালায়ালম আৰু ভোজপুৰীত ৬,০০০ তকৈও অধিক গান গাইছে।