গোলাঘাট সেউজপুৰ বাসীৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰক বিপুল সম্বৰ্ধনা

গোলাঘাট সেউজপুৰ বাসীৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰক বিপুল সম্বৰ্ধনা

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাট সেউজ পুৰ বাসী ৰাইজে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ আষীশ অভিনব শইকীয়া, অৰিনজয় আকাশ বৰা আৰু ওমকাৰ শৰ্মাক ৰাজহুৱা সম্বৰ্ধনা জনায়। 2005চনৰ পৰা হুচৰি গাই জমা হোৱা টকাৰে এই অনুষ্ঠান টো ৰাইজে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে। ভনপ্রভা শইকীয়াৰ কবিতা পাঠেৰে সভাৰ আৰম্ভণি হয়। ৱাৰ্ড কমিচনাৰ ৰবিন বৰুবা উপস্থিত থাকি সভা খনৰ সৌষ্ঠভ বঢ়ায়।উল্লেখ্য যে জীতেন শমাৰ সভাপতিত্ব আজিৰ অনুষ্ঠানটো অনুস্থিত হয়।