গোলাঘাট জিলাৰ জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিক উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন

rongilibarta

গোলাঘাট জিলাৰ জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিক উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা – গোলাঘাট জিলাৰ জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত আজি সন্ধিয়া সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিক উপলক্ষে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সেই উপলক্ষে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন,মাল্য অৰ্পণ কৰাৰ পাছতে কথা,সুৰ আৰু কবিতাৰ মনোঞ্জ অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত কাৰ্যসূচীত কেইবাজনো শিল্পীয়ে গীত পৰিৱেশন কৰাৰ লগতে ড° ভূপেন হাজৰিকাৰ স্মৃতি ৰোমন্থন কৰে।