গুৱাহাটীত জুৱাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

pc DNA India

গুৱাহাটীত জুৱাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা – নৱগ্ৰহৰ মেপল অ’কৰ এটা এপাৰ্টমেন্টত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। দীৰ্ঘদিন ধৰি I.P.L’ৰ নামত চলি আছিল এই জুৱা। এই জুৱাৰ নেতৃত্ব দিছিল অজয় আগৰৱালা নামৰ এজন লোকে। অজয় আগৰৱাল নামৰ লোক জনক বিছাৰি অভিযান চলাইছে ক্ৰইম ব্ৰাঞ্চে। লোক জন বৰ্তমানলৈ পলাতক। ৩দিন পূৰ্বে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল তিনি জুৱাৰীক। তিনি জুৱাৰীৰ চিকাৰোক্তিৰ ভিত্তিতে এই অভিযান ক্ৰাইম ব্ৰাঞ্চৰ।