অণুগল্প
গুৰুত্ব
বিনীতা বৰদলৈ
“চাৰ,কিবা এটা খাবলৈ দিয়ক।আজি দুই তিনিদিন একোৱেই খোৱা নাই।” কণমানি ল’ৰা দুটাৰ কথাত বৰুৱা বৰুৱানী অলপো গুৰুত্ব নিদি তেওঁলোকৰ নিজ সন্তানৰ জন্ম দিনৰ বজাৰ কৰাত ব্যস্ত হ’ল।