কৰ্ণাটকৰ ২১ বছৰীয়া চিনি চেট্টীৰ মিছ ইণ্ডিয়া ২০২২ ৰ খিতাপ অৰ্জন

Pc The Economic Times

কৰ্ণাটকৰ ২১ বছৰীয়া চিনি চেট্টীৰ মিছ ইণ্ডিয়া ২০২২ ৰ খিতাপ অৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা- কৰ্ণাটকৰ ২১ বছৰীয়া চিনি চেট্টী ৫৮ সংখ্যক ফেমিনা মিছ ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাত মিছ ইণ্ডিয়া ২০২২ৰ খিতাপ দখল কৰিলে। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হয় ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগিতাখন। প্ৰতিযোগিতাৰ দ্বিতীয় স্থান দখল কৰে ৰাজস্থানৰ ৰুবল শ্বেখাৱটে। তৃতীয় স্থানত থাকে উত্তৰ প্ৰদেশৰ শিনাটা চহ্বন। বিভিন্ন ৰাজ্যৰ ৩১গৰাকী সুন্দৰীক পৰাজিত কৰি ছিনিয়ে দখল কৰে চূড়ান্ত বিজয়ীৰ খিতাপ।