কৰ্ণাটকৰ বন মন্ত্ৰী উমেশ কাট্টিৰ ৬১ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু 

Pc India Today

কৰ্ণাটকৰ বন মন্ত্ৰী উমেশ কাট্টিৰ ৬১ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-  কৰ্ণাটকৰ বন আৰু খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা মন্ত্ৰী উমেশ কাট্টিৰ ৬১ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মাই কয় যে মই মোৰ এজন অতি ঘনিষ্ঠ বন্ধুক হেৰুৱাইছো ই এক বৃহৎ ক্ষতি তেওঁ এটা বিশাল শূন্যতা এৰি থৈ গৈছে যিটো পূৰণ কৰাটো অতি কঠিন।কাট্টি তেওঁৰ বেংগালুৰুৰ ঘৰত ঢলি পৰিছিল আৰু তেওঁক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।