কৰʼনাত নতুনকৈ সংক্ৰমিত ৪২ হেজাৰ লোক  

pc- The Economic Times

কৰʼনাত নতুনকৈ সংক্ৰমিত ৪২ হেজাৰ লোক  

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতত ২৪ ঘণ্টাত ৪২,৬৬৭ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। কৰʼনাৰ এই পৰিসংখ্যাই ভাৰতত তৃতীয় লহৰ আৰম্ভ হোৱাৰ সংকেত প্ৰদান কৰিছে। ভাৰতত এতিয়ালৈ ৩.২৯ কোটি লোক কৰʼনাত সংক্ৰমিত হৈছে। ভাৰতত ২৪ ঘণ্টাত ৩৬,৪২২ জন লোক কৰʼনা সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। কৰʼনা সংক্ৰমণৰ পৰা দেশত এতিয়ালৈ ৩.২০ কোটি লোক সুস্থ হৈ উঠিছে। ৩৪২ দন লোক কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হয়। ভাৰতত ৪.৪০ লাখ লোকৰ কৰʼনাত আক্ৰান্ত হৈ ঘটিছে। বৰ্তমান দেশত ৫,৮৯৮ জন লোক কৰʼনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

 

(RT)