কোৱাড ছামিটৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি

কোৱাড ছামিটৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি

ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কোৱাড লিডাৰ্ছ ছামিটৰ বাবে জাপান ভ্ৰমণৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে প্ৰকাশ কৰিছে। অহা ২৪ মে’ত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া এই শীৰ্ষ সন্মিলন। ইণ্ডো-পেচিফিক ইকনমিক ফ্ৰেমৱৰ্ক (আইপিইএফ) নামেৰে টকিঅ’তো এক অৰ্থনৈতিক পদক্ষেপ আৰম্ভ কৰিব বাইডেনে।