কোভিড -১৯ আৰু মানৱজাতি – হিমাংশু ,দিল্লী

PC- university of Pennysilvia

কোভিড -১৯ আৰু মানৱজাতি
——————————————-
কোন তুমি ?
ৰঙা চীনৰ দেশৰ নে
টেমচৰ পাৰৰ
মস্কোৰ ৰেড স্কোৱেৰট আছা !!
নে চুপাৰ পাৱাৰ যুক্তৰাষ্ট্ৰৰ ?
কিমান তোমাৰ অহংকাৰ ?
তুমিওটো আৱদ্ধ শতৱিদ্ধ ।
কিমানে ভীৰ কৰিছেহি
আইফেল টাৱাৰ ।
এতিয়াও বাৰু ভাবি আছা নেকি তুমি ?
পাৰমানৱিক শস্ত্ৰৰে যুদ্ধ জয় কৰাৰ ।
আজি দেখুন সমগ্ৰ দুনিয়াই লকডাউন ।
তুমি যে উপহাস কৰিছিলা দু্ৰ্ভীক্ষ প্ৰজাক
আফ্ৰিকাৰ ছোমালিয়াৰ আফগানৰ ।
কিমান অন্ন বাকি তোমাৰ ভঁৰালত ।
“কোভিড ১৯” গোলোকীকৰন ৰ উৎকৃষ্ট দৃষ্টান্ত ।
কিমান পাইনো হ’বা তুমি সমৃদ্ধ ।
বুজিছানে নাই প্ৰকৃতিৰ বৰঘৰত
তুমি আলহি মাথোন ।
হে মোৰ সুহৃদ ক্ষান্ত হোৱা দয়ালু হোৱা
আহৰণেই জানো জীৱনৰ অন্তিম প্ৰাপ্তি ।
—— হিমাংশু ,দিল্লী ।