কোভিড-১৯ৰ ভেকছিনে ভাইৰাছৰ সকলো প্ৰকাৰৰ বিৰুদ্ধে কাম কৰি আছেঃ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী

pc Zee News

কোভিড-১৯ৰ ভেকছিনে ভাইৰাছৰ সকলো প্ৰকাৰৰ বিৰুদ্ধে কাম কৰি আছেঃ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ড০ সৌম্য স্বামীনাথনে কয় যে কোভিড-১৯ ভেকছিনে এই মুহূৰ্তত গুৰুতৰ ৰোগ আৰু মৃত্যু প্ৰতিৰোধৰ ক্ষেত্ৰত SARS-CoV2 ভাইৰাছৰ সকলো প্ৰকাৰৰ বিৰুদ্ধে কাম কৰি আছে। “ভৱিষ্যতে, যদি আমাক প্ৰয়োজন হয়, আমি ভেকছিনৰ গঠন সলনি কৰিব লাগিব পাৰে আৰু আমি তাৰ বাবে সাজু থাকিব লাগিব,” তেওঁ লগতে কয়।