কোভিডত পিতৃ-মাতৃ হেৰুওৱা ২২০ টা শিশুক কেন্দ্ৰীয় বিদ্যালয়ত ভৰ্তি কৰা হৈছে: কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়

pc The Print

কোভিডত পিতৃ-মাতৃ হেৰুওৱা ২২০ টা শিশুক কেন্দ্ৰীয় বিদ্যালয়ত ভৰ্তি কৰা হৈছে: কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে সংসদক জনায় যে কোভিড-১৯ত পিতৃ-মাতৃক হেৰুওৱা প্ৰায় ২২০ টা শিশুক পিএম কেয়াৰ্ছ ফৰ চিল্ড্ৰেন আঁচনিৰ অধীনত কেন্দ্ৰীয়ভাৱে পৰিচালিত কেন্দ্ৰীয় বিদ্যালয়সমূহত (কেভিএছ) নামভৰ্তিৰ অনুমতি দিয়া হৈছে। মন্ত্ৰালয়ে প্ৰকাশ তথ্য অনুসৰি, সৰ্বাধিক নামভৰ্তি হৈছিল মধ্য প্ৰদেশত৬৮জন, তাৰ পিছত উত্তৰ প্ৰদেশ১৭জন আৰু কৰ্ণাটক ১৬জন।