কে পি ইউ এফৰ ৰাষ্ট্ৰসংঘক পাকিস্তানক “সন্ত্ৰাসবাদী দেশ” হিচাপে ঘোষণা কৰিবলৈ আহ্বান

কে পি ইউ এফৰ ৰাষ্ট্ৰসংঘক পাকিস্তানক “সন্ত্ৰাসবাদী দেশ” হিচাপে ঘোষণা কৰিবলৈ আহ্বান

ৰঙিলী বাৰ্ত্তাসেৱা- কাশ্মীৰী পণ্ডিত ইউনাইটেড ফ্ৰণ্টে (কেপিইউএফ) ৰাষ্ট্ৰসংঘক পাকিস্তানক “সন্ত্ৰাসবাদী দেশ” হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছে। কেপিইউএফৰ সতেশ কিচুৱে কয়, “আমি দাবী জনাইছো যে ৰাষ্ট্ৰসংঘই পাকিস্তানক সন্ত্ৰাসবাদী দেশ হিচাপে ঘোষণা কৰক কিয়নো ই উপত্যকাত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা অব্যাহত ৰাখিছে,” পাকিস্তানক সন্ত্ৰাসবাদী দেশ হিচাপে ঘোষণা নকৰিলে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বন্ধ কৰিব নোৱাৰি।