কেপ্টেইন অভিলাষা কমবেট এভিয়েটৰ হিচাপে আৰ্মি এভিয়েচন কৰ্পছত যোগদান কৰা প্ৰথম মহিলা বিষয়া

pc NDTV.com

কেপ্টেইন অভিলাষা কমবেট এভিয়েটৰ হিচাপে আৰ্মি এভিয়েচন কৰ্পছত যোগদান কৰা প্ৰথম মহিলা বিষয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  কেপ্টেইন অভিলাষ বৰাক কমবেট এভিয়েটৰ হিচাপে আৰ্মি এভিয়েচন কৰ্পছত যোগদান কৰা প্ৰথম গৰাকী মহিলা বিষয়া হৈ ইতিহাস সৃষ্টি কৰিছে। এমঅ’ডি (আৰ্মী)ৰ আইএইচকিউৰ অতিৰিক্ত জন তথ্য সঞ্চালকালয়ে টুইট কৰি কয়, “কেপ্টেইন অভিলাষ বৰাক কৰ্ণেল কমাণ্ডেণ্ট আৰ্মি এভিয়েচনৰ দ্বাৰা ৩৬ জন সেনা পাইলটৰ সৈতে আকাংক্ষিত শাখাপ্ৰদান কৰা হৈছে।”