কেটৰিনা, ঈশান, সিদ্ধান্তৰ ‘ফোন ভূত’ ১৫ জুলাই, ২০২২ তাৰিখে মুক্তি পাব

Pc India today

কেটৰিনা, ঈশান, সিদ্ধান্তৰ ‘ফোন ভূত’ ১৫ জুলাই, ২০২২ তাৰিখে মুক্তি পাব

ৰঙিলী বাৰ্ত্তাসেৱা-  চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শই  ঘোষণা কৰে যে কেটৰিনা কাইফ অভিনীত ‘ফোন ভূত’ ২০২২ চনৰ ১৫ জুলাইত মুক্তি পাব। ছবিখন গুৰমীত সিঙে পৰিচালনা কৰিছে আৰু এক্সেল এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰযোজিত। ইয়াত ঈশান খট্টৰ আৰু সিদ্ধান্ত চতুৰ্বেদীয়েও অভিনয় কৰিব। চলচ্চিত্ৰখনে থিয়েট্ৰিকেল মুক্তি পাব। কেটৰিনা, সিদ্ধান্ত আৰু ঈশানে প্ৰথমবাৰৰ বাবে একে লগে অভিনয় কৰিব।