কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ বাবে ব্যয় নির্ধাৰণ 

pc NDTV.com

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ বাবে ব্যয় নির্ধাৰণ 

দিছপুৰ,  ৰঙিলী বাৰ্ত্তাসেৱা-  অসম স্বায়ত্ব শাসিত জিলাৰ অধিনিয়ম ১৭৬ (জিলা পৰিষদ গঠন)ৰ নীতি ১৯৫১ (সংশােধিত অনুসৰিৰ অধীনত অসমৰ ৰাজ্যপালে এক অধিসূচনা যােগে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নির্বাচন ২০২২ৰ বাবে প্রতিটো সমষ্টিৰ প্রতিজন প্রার্থী সর্বাধিক ব্যয়ৰ সীমা নির্ধাৰণ কৰি দিছে। সেই অনুসৰি প্রতিটো সমষ্টিত এগৰাকী প্রার্থীয়ে ৪,৫০,০০০ টকা ব্যয় কৰিব পাৰিব।