কানাড়া অভিনেতা পুনীত ৰাজকুমাৰৰ হৃদআক্ৰমণৰ ফলত ৪৬ বছৰ বয়সত মৃত্যু 

Pc- Times of India

কানাড়া অভিনেতা পুনীত ৰাজকুমাৰৰ হৃদআক্ৰমণৰ ফলত ৪৬ বছৰ বয়সত মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-  কানাড়া অভিনেতা পুনীত ৰাজকুমাৰ  হৃদ ৰোগৰ ফলত ৪৬ বছৰ বয়সত মৃত্যু হয়। পুৱা প্ৰায় ১১.৩০ বজাত হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁক বেংগালুৰুৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ শিশু শিল্পী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু শ্ৰেষ্ঠ শিশু শিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল। তেওঁ ‘আপ্পু’, ‘মৌৰ্য’, ‘হুদুগাৰু’, আৰু ‘অঞ্জনী পুত্ৰ’ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছিল।