কমনৱেলথ গেমছত ভাৰোত্তোলক অচিন্ত্য শেউলীৰ পুৰুষৰ ৭৩ কেজি শাখাত স্বৰ্ণ পদক জয়

Pc News18

কমনৱেলথ গেমছত ভাৰোত্তোলক অচিন্ত্য শেউলীৰ পুৰুষৰ ৭৩ কেজি শাখাত স্বৰ্ণ পদক জয়

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰোত্তোলক অচিন্ত্য শেউলীয়ে পুৰুষৰ ৭৩ কেজি শাখাত মুঠ ৩১৩ কেজি উত্তোলন কৰাৰ পিছত কমনৱেলথ গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ লাভ কৰে। ইয়াৰ সৈতে, ২০ বছৰীয়া অচিন্ত্যই কমনৱেলথ গেমছত এক নতুন অভিলেখ গঢ়িলে। তেওঁ স্নেচ ইভেণ্টত ১৪৩ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্ক ইভেণ্টত ১৭০ কিলোগ্ৰাম উত্তোলন কৰিছিল। এতিয়ালৈকে কমনৱেলথ গেমছত ভাৰতৰ ছয়টা পদক ভাৰোত্তোলনৰ পৰা আহিছে।