কমনৱেলথ গেমছত অংশু মালিকৰ ৰূপৰ পদক জয়

Pc Sportstar

কমনৱেলথ গেমছত অংশু মালিকৰ ৰূপৰ পদক জয়

ৰঙিলী বাৰ্ত্তাসেৱা–  ভাৰতীয় মল্লযোদ্ধা অংশু মালিকে  ২০২২ বাৰ্মিংহাম কমনৱেলথ গেমছত মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কেজিত ৰূপৰ পদক লাভ কৰে। অংশুৱে প্ৰতিযোগিতাখনত নাইজেৰিয়াৰ ডিফেণ্ডিং চেম্পিয়ন অডুনায়ো ফ’লাছাডে আদেকুওৰ’য়েৰ হাতত ৭-৩ গ’লত পৰাস্ত হৈছিল। ইভেণ্টৰ ছেমি ফাইনেলত অংশুৱে শ্ৰীলংকাৰ নেঠমী পোৰুথোটেজক পৰাস্ত কৰিছিল।