অনলাইন বাৰ্ত্তাসেৱা (PIB Guwahati) –
- ৰাষ্ট্ৰজোৰা টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ৩৬.৪৮ কোটি পালি ভেকচিন প্ৰদান
- ২৪ ঘন্টাত ভাৰতত ৪৫,৮৯২ টা নতুন ঘটনা লাভ
- ভাৰতৰ সক্ৰিয় কেছল’ড সম্প্ৰতি ৪,৬০,৭০৪ টা
- সক্ৰিয় ঘটনাৰ হাৰ মুঠ ঘটনাৰ ১.৫০%
- এতিয়ালৈকে সমগ্ৰ দেশখনত মুঠ ২,৯৮,৪৩,৮২৫ ৰ আৰোগ্য লাভ
- ২৪ ঘন্টাত ৪৪,২৯১ ৰোগীৰ আৰোগ্য লাভ
- আৰোগ্য লাভৰ হাৰ ৯৭.১৮% লৈ বৃদ্ধি
- সাপ্তাহিক পজিটিভিটি হাৰ ৫% ৰ নিম্ন হৈ ৰৈছে, সম্প্ৰতি এই হাৰ হৈছে ২.৩৭%
- দৈনিক পজিটিভিটি হাৰ হৈছে ২.৪২%, যি একেৰাহে ১৭ দিন ধৰি ৩% ৰ নিম্ন হৈ ৰৈছে
- টেষ্টিং ক্ষমতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে – মুঠ ৪২.৫২ কোটি টেষ্ট সম্পন্ন কৰা হৈছে