ওৱাইচিয়ে পাকিস্তানক ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব কয়

pc. indiatoday

ওৱাইচিয়ে পাকিস্তানক ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব কয়

ৰঙিলী বাৰ্ত্তাসেৱা- কৰ্ণাটকত হিজাব বিতৰ্কৰ প্ৰতি পাকিস্তানৰ মন্ত্ৰীসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পিছত, এআইএমআইএমৰ মুৰব্বী আসাদুদ্দিন ওৱাইচিয়ে পাকিস্তানক ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ কয়। “মালালাক পাকিস্তানত আক্ৰমণ কৰা হৈছিল আৰু মালালাই পাকিস্তান এৰিব লগা হৈছিল… মালালাক সুৰক্ষা দিব নোৱাৰা দেশখনে ভাৰতক ছোৱালী শিক্ষাৰ ওপৰত বক্তৃতা দিব নালাগে,” তেওঁ কয়। ওৱাইচিয়ে লগতে কয়, “এয়া আমাৰ আভ্যন্তৰীণ বিষয়।”