এৰিক টেন হেগক ৩ বছৰীয়া চুক্তিত মেনেজাৰ হিচাপে নিযুক্তি ম্যানচেষ্টাৰ ইউনাইটেডৰ

pc DNA India

এৰিক টেন হেগক ৩ বছৰীয়া চুক্তিত মেনেজাৰ হিচাপে নিযুক্তি ম্যানচেষ্টাৰ ইউনাইটেডৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   ম্যানচেষ্টাৰ ইউনাইটেডে এৰিক টেন হেগক ক্লাবৰ নতুন মেনেজাৰ হিচাপে নিযুক্তি দিয়াটো নিশ্চিত কৰিছে। ক্লাবটোৱে ঘোষণা কৰে যে ৫২ বছৰীয়া এৰিকৰ কাৰ্যকাল চলিত ছিজনৰ শেষৰ পৰা আৰম্ভ হ’ব আৰু ২০২৫ চনৰ জুন লৈকে চলিব। এৰিক টেন হেগ বৰ্তমান Dutch club Ajaxৰ মুখ্য প্ৰশিক্ষক। তেওঁ ২০১৮-১৯ আৰু ২০২০-২১ বৰ্ষত ক্লাবটোৰ সৈতে Dutch Eredivisie জিকিছিল।