এপ্ৰিল ফুল
অফিচলৈ ওলাওঁতে ম’বাইলৰ ৰিংটনটো বাজি উঠিল ৷
“ ঐ শুন , এইকেইদিনতে তহঁতৰ ঘৰলৈ যাম দেই ৷ “
“ খবৰ এটা দিবলৈহে ফোন কৰিলোঁ ৷ “
“ কচোন ক ? “
“ শুকুৰবাৰে মোক আঙুঠি পিন্ধাবলৈ আহিব ৷ আহিবি ৷ “
“ আলহী দেখা নাই যে —— ? “
“ “ আজি যাম , কালি যাম “ বুলি কিমান কথা ৰাখিছ ? সেয়ে ——- ৷ “
দুয়োজনীয়ে প্ৰাণ খুলি হাঁহিলে ৷
– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ-আলি ( তিনি আলি ) ৷
২ এপ্ৰিল , ২০২২ বৰ্ষ ৷