এইবাৰ ৰঙিয়াত চিবিআইৰ অভিযান

Pc shutterstock

এইবাৰ ৰঙিয়াত চিবিআইৰ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন।এইবাৰ ৰঙিয়াত চিবিআইৰ অভিযান। ৰঙিয়াত উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ৰে’লৱে বিভাগৰ বিষয়া। উৎকোচ লোৱা বিষয়াজন ৰঙিয়া ৰে’লৱেৰ শ্ৰম কল্যাণ বিভাগৰ পৰিদৰ্শক ৰবীন দাস ।অনুকম্পামূলক চাকৰিৰ মেডিকেল ৰিপ’ৰ্টৰ নামত দাবী কৰিছিল ২০,০০০ হাজাৰ টকা।