উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ চৰকাৰী বিষয়া

Pc The Janambhumi

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ চৰকাৰী বিষয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  মৰিগাঁৱত দুৰ্নীতি নিবাৰক শাখাৰ জালত আবকাৰী অধীক্ষক।মৰিগাঁৱৰ জিলা আৰকাৰী অধীক্ষক বৰষা বৰা বৰদলৈক গ্ৰেপ্তাৰ।উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী বিষয়াগৰাকী।সুৰাৰ বিপণীৰ নামত জাগীৰোডৰ চিন্ময় তামুলী নামৰ ব্যৱসায়ীজনৰ পৰা বিচাৰিছিল উৎকোচ।২০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত ধৰা পৰে বিষয়াগৰাকী।