উত্তৰাখণ্ডত হিমস্খলনৰ পিছত ভাৰতীয় নৌসেনাৰ ৫ জন পৰ্বতাৰোহী সন্ধানহীন

pc India Today

উত্তৰাখণ্ডত হিমস্খলনৰ পিছত ভাৰতীয় নৌসেনাৰ ৫ জন পৰ্বতাৰোহী সন্ধানহীন

অনলাইন বাৰ্ত্তাসেৱা- উত্তৰাখণ্ডৰ মাউণ্ট ত্ৰিশূললৈ পৰ্বতাৰোহণ অভিযানত অংশ গ্ৰহণ কৰা ভাৰতীয় নৌসেনাৰ পাঁচজন কৰ্মী শুকুৰবাৰে হিমস্খলনত আক্ৰান্ত হৈ সন্ধানহীন হৈছে। “অনুসন্ধান আৰু উদ্ধাৰ অভিযান, স্থল উদ্ধাৰকাৰী দল আৰু সেনা, বায়ু সেনা আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ হেলিকপ্টাৰৰ দ্বাৰা অগ্ৰগতি লাভ কৰা হৈছে,” ভাৰতীয় নৌসেনাই কয়।