ইন্ধন, ৰন্ধন গেছৰ মূল্য বৃদ্ধিক লৈ বিৰোধীয়ে লোকসভাত প্ৰতিবাদ সাব্যস্ত

pc India Tv News

ইন্ধন, ৰন্ধন গেছৰ মূল্য বৃদ্ধিক লৈ বিৰোধীয়ে লোকসভাত প্ৰতিবাদ সাব্যস্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  পেট্ৰ’ল, ডিজেল আৰু ঘৰুৱা ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে লোকসভাত বিৰোধী দলৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ পিছত তেওঁলোকে ৰোলবেকৰ দাবীত ৱাকআউট কৰিছিল। পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮০ পইচা বৃদ্ধি কৰা হৈছে আৰু ঘৰুৱা ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৫০ পইচা বৃদ্ধি কৰা হৈছে।