ইজৰাইলত ২৮ এপ্ৰিলত বিবেক অগ্নিহোত্ৰীৰ কাশ্মীৰ ফাইল মুকলি

PC- Mid Day

ইজৰাইলত ২৮ এপ্ৰিলত বিবেক অগ্নিহোত্ৰীৰ কাশ্মীৰ ফাইল মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-  বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ ২৮ এপ্ৰিলত ইজৰাইলত হিব্ৰু উপশীৰ্ষকৰ সৈতে মুক্তি পাব। বিবেকে টুইট কৰি কয়, “‘কাশ্মীৰ ফাইলছ’ৰ পোষ্টাৰ উদ্বোধন কৰিবলৈ আমাৰ ষ্টুডিঅ’লৈ অহাৰ বাবে মই কনচুল জেনেৰেল কোবি শোশানীক ধন্যবাদ জনাইছো।” তেওঁ লগতে কয়, “সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু মানৱতাৰ প্ৰচাৰৰ আমাৰ  লক্ষ্য ভাগ বতৰা কৰাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ।”