ইউকেৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন দুদিনীয়া ভ্ৰমণৰ বাবে ভাৰতত উপস্থিত 

PC- Telangana Today

ইউকেৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন দুদিনীয়া ভ্ৰমণৰ বাবে ভাৰতত উপস্থিত 

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউকেৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে তেওঁৰ দুদিনীয়া ভাৰত ভ্ৰমণৰ অংশ হিচাপে আহমেদাবাদত উপস্থিত হয়। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে তেওঁক বিমানবন্দৰত আদৰণি জনাইছিল। জনছনে বুধবাৰে কৈছিল যে এই ভ্ৰমণে “আমাৰ দুয়োখন দেশৰ মাজত কৌশলগত বাণিজ্য, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক গভীৰ কৰিব”। জনছনে ২২ এপ্ৰিলত দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰিব।