আৱাস যোজনাৰ অধীনত দৰিদ্ৰ লোকসকলৰ বাবে ৩ কোটিতকৈও অধিক ঘৰ নিৰ্মাণ: প্ৰধানমন্ত্ৰী মোদী

pc hindustan times

আৱাস যোজনাৰ অধীনত দৰিদ্ৰ লোকসকলৰ বাবে ৩ কোটিতকৈও অধিক ঘৰ নিৰ্মাণ: প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দৰিদ্ৰ লোকসকলৰ বাবে ৩ কোটি ‘পকী’ ঘৰ সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি কয়, “এই ঘৰসমূহ আজি মহিলাসকলৰ শক্তিকৰণৰ প্ৰতীক হৈ পৰিছে। দেশৰ গ্ৰাম্য আৰু নগৰ দুয়োটা অঞ্চলতে নিৰ্মাণ কৰা এই ঘৰবোৰত বিদ্যুৎ, শৌচালয়, পানী আৰু গেছ যোগানৰ দৰে মৌলিক সুবিধা আছে।