আশা কৰোঁ ধনী দেশসমূহে ভাৰতৰ প্ৰচেষ্টাক সমৰ্থন কৰিব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আশা কৰোঁ ধনী দেশসমূহে ভাৰতৰ প্ৰচেষ্টাক সমৰ্থন কৰিব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাৰ্মানীত জলবায়ু সন্দৰ্ভত জি-৭ অধিৱেশনত ভাষণ দি কয়, “আমি আশা কৰোঁ যে জি-৭ ৰ ধনী দেশসমূহে ভাৰতৰ প্ৰচেষ্টাক সমৰ্থন কৰিব।” “তেওঁ লগতে কয় যে দৰিদ্ৰ দেশসমূহে পৰিৱেশৰ অধিক ক্ষতি কৰে বুলি ভুল ধাৰণা আছে।” প্ৰধানমন্ত্ৰীয়ে কয়, “জলবায়ু প্ৰতিশ্ৰুতিৰ প্ৰতি ভাৰতৰ সমৰ্পণ ইয়াৰ প্ৰদৰ্শনৰ পৰা স্পষ্ট হৈছে, ভাৰতত পৰিষ্কাৰ শক্তি প্ৰযুক্তিৰ বাবে এক বৃহৎ বজাৰ উদ্ভৱ হৈছে।”