আম আদমি পাৰ্টিত যোগদান

আম আদমি পাৰ্টিত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ গ্ৰাম্যৰ পলাশবাৰীৰ সমষ্টিৰ সক্ৰিয় সদস্য বিদ্যুত কলিতাৰ নেতৃত্বত ৪০ জনকৈ যুৱকে অৰবিন্দ কেজৰিৱালৰ সততা, মূল্যবোধৰ ৰাজনীতি আৰু দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ “আম আদমি পাৰ্টী”ত যোগদান কৰে।