আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ দৰে, ভাৰতেও এতিয়া প্ৰত্যুত্তৰ দিয়ে যেতিয়াই কোনোবাই আমাৰ সীমাত হস্তক্ষেপ কৰেঃ গৃহমন্ত্ৰী অমিত শ্বাহে 

pc Hinustan times

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ দৰে, ভাৰতেও এতিয়া প্ৰত্যুত্তৰ দিয়ে যেতিয়াই কোনোবাই আমাৰ সীমাত হস্তক্ষেপ কৰেঃ গৃহমন্ত্ৰী অমিত শ্বাহে 

ৰঙিলী বাৰ্ত্তাসেৱা-  গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ দৰে ভাৰতেও এতিয়া প্ৰত্যুত্তৰ দিয়ে যেতিয়াই কোনোবাই আমাৰ সীমাত হস্তক্ষেপ কৰে। “আগতে মাত্ৰ দুখন ৰাষ্ট্ৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে যেতিয়াই কোনোবাই তেওঁলোকৰ সীমা আৰু সামৰিক বাহিনীত হস্তক্ষেপ কৰে তেতিয়াই প্ৰত্যুত্তৰ দিয়ে।এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আমাৰ মহান ৰাষ্ট্ৰ ভাৰতে সেই গোটত যোগদান কৰিছে,” তেওঁ কয়।