আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ৪-১ ৰ জয়ৰ পিছত ২০২২ উবেৰ কাপ নকআউটত প্ৰৱেশ ভাৰতৰ

pc Dbp News

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ৪-১ ৰ জয়ৰ পিছত ২০২২ উবেৰ কাপ নকআউটত প্ৰৱেশ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতে বেংককত গ্ৰুপ ডি টাইত আমেৰিকা যুক্তৰাষ্ট্ৰক ৪-১ গ’লত পৰাস্ত কৰি ২০২২ চনৰ উবেৰ কাপ ফাইনেলৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। বিশ্বৰ সাত নম্বৰ পি ভি সিন্ধু, আকৰ্ষণী কাশ্যপ, অস্মিতা চলিহা আৰু তানিশা ক্ৰেষ্টো আৰু ট্ৰিছা জলীৰ দ্বৈত যুটিয়ে তেওঁলোকৰ নিজ নিজ মেচত জয়লাভ কৰাৰ বিপৰীতে ৰিতিকা থাকাৰ আৰু চিমৰণ সিঙিৰ দ্বৈত যুটিয়ে তেওঁলোকৰ মেচখনত পৰাজয় বৰণ কৰে ।