আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি ভাদ মাহৰ ১৬ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ২ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ নৱমী তিথি, পুৱা ৬/২১/৩৬ মি. পৰা একাদশী তিথি ||
**
সূৰ্য্যোদয় = ৫/৭/৪১ মি.
সূৰ্য্যোস্থয় = ৫/৩৮/৩৫ মি.
জন্মত= মিথুন ৰাশি (ক, ছ) বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি, দিবা ২/৫৭/৫২ মি. পৰা দেৱ গন, বৰাহৰ অস্থি |
আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি_দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . উৰহী খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সঞ্চয় বৃদ্ধি হব | বৃষ = বিবাদ নিষ্পত্তিৰ বাবে যোগাযোগ হব |
মিথুন = কাৰ্য্য সিদ্ধি লাভ কৰিব পাৰিব |
কৰ্কট = জ্ঞান লাভ কৰিবলৈ সক্ষম হব |
সিংহ = আত্মীয় সুখ লাভ কৰিব পাৰিব |
কন্যা = মনৰ পৰিবৰ্তন হোৱা দেখা যায় |
তুলা = সমস্যাৰ সমাধান কৰিব পাৰিব |
বৃশ্চিক = নতুন বন্ধু লাভ হব |
ধনু = মানসিক ভাৱে অশান্তিত থাকিব |
মকৰ = ভ্ৰমণ কৰিলে কষ্ট ভোগ কৰিব |
কুম্ভ = নিজৰ কাৰ্য্যত সুখ অনুভৱ কৰিব |
মীন = কৰ্মত সফলতা অৰ্জন কৰিব |