আজিৰ ৰাশিফল

pc News18

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ৪ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ২২ অক্টোবৰ |
শুক্ল পক্ষ , কৃষ্ণা পক্ষ, দ্বিতীয় তিথি |
* *
সূৰ্য্যোদয় = ৫/৩০/৪০ মি.
সূৰ্য্যোস্থয় = ৪/৪৫/৪৪ মি.

জন্মতঃ= মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, হাতীৰ অস্থি ||

আদ্যঋতু হলে = দুঃশিলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক”লা পাৰ চৰাই দান , অধিপতি গ্ৰহ — ৰাহু–কেতু | _ _ _ _
ভক্ষ্যাভক্ষ্যঃ তিতা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = ভ্ৰমণ কৰিলে কষ্ট পাব |
বৃষ = বিবাদ নিষ্পত্তি হোৱাৰ যোগ আছে |
মিথুন = অৰ্থৰ আগমন বৃদ্ধি হব |
কৰ্কট = মনৰ আশা ভংগ হব পাৰে |
সিংহ = মানসিক দুঃচিন্তা বৃদ্ধি পাব |
কন্যা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
তুলা = দুৰ্ভোগত ভুগিব লগীয়া হব |
বৃশ্চিক = মনৰ আশা ভংগ হব |
ধনু = পদ মৰ্যদা বৃদ্ধি হব |
মকৰ = নতুন যোগাযোগ লাভ কৰিব |
কুম্ভ = এলাহ বৃদ্ধি হোৱা দেখা যায় |
মীন = মানসিক শান্তি লভিব পাৰিব |