আজিৰ ৰাশিফল

pc Pinkvilla

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ১ তাৰিখ মংগলবাৰ , ইংৰাজী ১৯ অক্টোবৰ |
শুক্ল পক্ষ , চতুৰ্দশী তিথি, ৰাতি ৭/৩৭/৩১ মি. পৰা পূৰ্ণিমা তিথি |
* *
সূৰ্য্যোদয় = ৫/২৮/২০ মি.
সূৰ্য্যোস্থয় = ৪/৪৭/৪০ মি.

জন্মতঃ= মীন ৰাশি (দ, চ) বিপ্ৰ বৰ্ন, অগ্নি যোগ, মনুষ্য গন, গৰুৰ অস্থি , দিবা ১২/১৩/২৬ মি. পৰা দেৱ গন, হাতীৰ অস্থি |

আদ্যঋতু হলে = দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ _ মঙ্গল | দিবা ১২/১২/২৬ মি. পৰা দুঃশিলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক”লা পাৰ চৰাই দান , অধিপতি গ্ৰহ — ৰাহু–কেতু | _ _ _ _
ভক্ষ্যাভক্ষ্যঃ আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = আনৰ পৰা ক্ষতি সাধন হব পাৰে |
বৃষ = মানসিক শান্তি লাভ কৰিব |
মিথুন = প্ৰাপ্য হানি হোৱাৰ সম্ভাৱনা আছে |
কৰ্কট = সত বন্ধু লাভ কৰিব |
সিংহ = ভ্ৰমণ যোগ দেখা যায় |
কন্যা = নতুন যোগাযোগ লাভ কৰিব |
তুলা = মনৰ আশা পূৰন কৰিব পাৰিব |
বৃশ্চিক = আশা ত্যাগ কৰিব লগীয়া হব পাৰে |
ধনু = কাৰ্য্য সিদ্ধি লাভ কৰিব পাৰিব |
মকৰ = দ্ৰব্য লাভ কৰিবলৈ সক্ষম হব |
কুম্ভ = ভ্ৰমণত শুভ দেখা যায় |
মীন = শুভ সংবাদ লাভ কৰিব |