আজিৰ ৰাশিফল

Pc- Hello Magazine

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ২৫ তাৰিখ মংগলবাৰ , ইংৰাজী ১২ অক্টোবৰ |
শুক্ল পক্ষ , সপ্তমী তিথি |
* *
সূৰ্য্যোদয় = ৫/২৪/৫৪ মি.
সূৰ্য্যোস্থয় = ৪/৫৪/২৯ মি.

জন্মতঃ= ধনু ৰাশি (ভ, ধ, ফ), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বৰুণ যোগ, দেৱাৰি গন, গন্ধৰ্ব অস্থি ||

আদ্যঋতু হলে= পতিহিনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ _ শনি | _ _ _ _
ভক্ষ্যাভক্ষ্যঃ . তাল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = অৰ্থ প্ৰাপ্তিৰ যোগ চলি আছে |
বৃষ = কৰ্ম ব্যস্ততাত থাকিব |
মিথুন = নিজৰ সমস্যা বৃদ্ধি পাব |
কৰ্কট = এলাহ বৃদ্ধি হোৱা দেখা যায় |
সিংহ = খ্যাতি অৰ্জন কৰিব পাৰিব |
কন্যা = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
তুলা = কৰ্ম ক্ষেত্রত বাধা_বিঘিনি দেখা দিব |
বৃশ্চিক = কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
ধনু = মান, যশস্যা বৃদ্ধি পাব |
মকৰ = আত্মীয়ৰ আগমন ঘটিব |
কুম্ভ = প্ৰতিভা প্ৰকাশ হোৱা দেখা যায় |
মীন = মনত খেলিমেলিৰ সৃষ্টি হব |