আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি আহিন মাহৰ ১৯ তাৰিখ বুধবাৰ , ইংৰাজী ৬ অক্টোবৰ |
কৃষ্ণ পক্ষ , অমাৱস্যা তিথি, শুক্লা পক্ষ, প্ৰতিপদ তিথি ||
* *
সূৰ্য্যোদয় = ৫/২১/৫৪ মি.
সূৰ্য্যোস্থয় = ৫/০/৪২ মি.
জন্মতঃ= কন্যা ৰাশি (প, ঠ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, দেৱ গন, মহিষৰ অস্থি ||
আদ্যঋতু হলে= বেশ্যা যোগ, ১২ দিনীয়া ব্ৰত, ৰাজ হাহঁ দান, অধিপতি গ্ৰহ = ৰবি | _ _ _ _
ভক্ষ্যাভক্ষ্যঃ . আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্ম ব্যস্ততাৰে দিনটো পাৰ হব |
বৃষ = সন্মান লাভ কৰিব পাৰিব |
মিথুন = মনৰ আশা ভংগ হোৱাৰ যোগ |
কৰ্কট = শুভ সংবাদ লাভ কৰিব |
সিংহ = ধনৰ আগমন বৃদ্ধি হব |
কন্যা = অপযশ পাব পাৰে, সাৱধান হব |
তুলা = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ |
বৃশ্চিক = আত্মীয়ৰ আগমন ঘটিব |
ধনু = ন্যাৰ্যপ্ৰাপ্তিৰ যোগ দেখা যায় |
মকৰ = এলাহ বৃদ্ধি পাব পাৰে |
কুম্ভ = উৎসাহ হীনতাত ভূগিব পাৰে |
মীন = বন্ধুৰ আগমনত আনন্দিত হব |