আজিৰ ৰাশিফল

pc Jagran

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ৯ তাৰিখ ৰবিবাৰ , ইংৰাজী ২৬ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , পঞ্চমী তিথি, দিবা ১/৪/৪১ মি. পৰা ষষ্ঠী তিথি ||
**
সূৰ্য্যোদয় = ৫/১৭/৪০ মি.
সূৰ্য্যোস্থয় = ৫/১১/৪৫ মি.

জন্মত= বৃষ ৰাশি (ব, ই, উ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱাৰি গন, ছাগলী অস্থি |

আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ বৃহস্পতি. _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . পটল খোৱা নিষেধ, দিবা ১/৪/৪১ মি. পৰা তিতা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সন্মান বৃদ্ধি হোৱা দেখা যায় |
বৃষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
মিথুন = কৰ্ম সাফল্য লাভ কৰিব |
কৰ্কট = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ আছে |
সিংহ = গৃহ শান্তি বৃদ্ধি পাব |
কন্যা = ৰোগ আৰোগ্য লাভ কৰিব |
তুলা = অপবাদৰ যোগ আছে, সাৱধান হব |
বৃশ্চিক = মানসিক দুঃচিন্তা বৃদ্ধি হব |
ধনু = আত্মীয় আগমন ঘটিব |
মকৰ = অধিক পৰিমাণে ব্যয় হব |
কুম্ভ = নতুন যোগাযোগ লাভ কৰিব |
মীন = ভ্ৰমণ সুখ লাভ কৰিব |