আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||
আজি শাওঁন মাহৰ ২৯ তাৰিখ সোমবাৰ , ইংৰাজী ১৫ আগষ্ট |
কৃষ্ণ পক্ষ , চতুৰ্থী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৫৮/১৪ মি.
সূৰ্য্যোস্থয় = ৫/৫৭/৪ মি.
ভক্ষ্যাভক্ষ্যঃ= মূলা খোৱা নিষেধ ||
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্মত পৰিবৰ্তন অাহিব |
বৃষ = সমস্যাৰ সমাধান হব |
মিথুন = আলহীৰ আগমন ঘটিব |
কৰ্কট = নিজৰ কামত দায়িত্ব বৃদ্ধি হব |
সিংহ = জ্ঞান লাভ কৰিবলৈ সুযোগ পাব |
কন্যা = মনত হতাশা আহিব পাৰে |
তুলা = এলাহ বৃদ্ধি হব পাৰে |
বৃশ্চিক = ভ্ৰমণ কৰাৰ বাবে যোগাযোগ লাভ কৰিব |
ধনু = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
মকৰ = মনৰ আশা ত্যাগ কৰিব লগীয়া হব পাৰে |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = শত্রু নাশ হোৱা দেখা যায় |