আজিৰ ৰাশিফল

PC CBC

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন মাহৰ ১৭ তাৰিখ বুধবাৰ , ইংৰাজী ৩ আগষ্ট |
শুক্ল পক্ষ , ষষ্ঠী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৫২/৩৩ মি.
সূৰ্য্যোস্থয় = ৬/৫/৪৩ মি.

ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
বৃষ = সন্মান লাভ কৰিবলৈ সক্ষম হব |
মিথুন = মনৰ আশা ভংগ হব পাৰে |
কৰ্কট = শুভ সংবাদ লাভ কৰিব |
সিংহ = ধনাগম বৃদ্ধি হব |
কন্যা = অপযশ পাব পাৰে |
তুলা = সঞ্চয় বৃদ্ধি হব |
বৃশ্চিক = আত্মীয় আগমন ঘটিব |
ধনু = ন্যাৰ্যপ্ৰাপ্তিৰ যোগ দেখা যায় |
মকৰ = এলাহ বৃদ্ধি হব পাৰে |
কুম্ভ = উৎসাহ হীনতাত ভূগিব |
মীন = বন্ধুৰ আগমন ঘটিব |