আজিৰ ৰাশিফল

Pc Kalinga TV

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি আহাৰ মাহৰ ৩২ তাৰিখ ৰবিবাৰ , ইংৰাজী ১৭ জুন |
কৃষ্ণ পক্ষ, চতুৰ্থী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৪৪/৩৪ মি.
সূৰ্য্যোস্থয় = ৬/১৩/০ মি.

জন্মতঃ= কুম্ভ ৰাশি (গ, স, শ) , দেবাৰি গন, অগ্নি যোগ, বৈশ্য বৰ্ন, মানৱ অস্তি |

আদ্যঋতু হলে ঃ= দুৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ – মঙ্গল |

ভক্ষ্যাভক্ষ্যঃ= মূলা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = অৰ্থ প্ৰাপ্তিৰ যোগ আছে |
বৃষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
মিথুন = সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে |
কৰ্কট = এলাহৰ বাবে আৰ্থিক ক্ষতি হব |
সিংহ = খ্যাতি লাভ কৰিবলৈ সক্ষম হব |
কন্যা = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
তুলা = বাধা-বিঘিনি সৃষ্টি হব |
বৃশ্চিক = কাৰোবাৰ পৰা প্ৰতাৰিত হব পাৰে |
ধনু = যশস্যা বৃদ্ধি হোৱা দেখা যায় |
মকৰ = আত্মীয় আগমন ঘটিব |
কুম্ভ = প্ৰতিভা প্ৰকাশ কৰিবলৈ সুযোগ পাব |
মীন = মনৰ খেলিমেলি লাগিব পাৰে |