আজিৰ ৰাশিফল

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||

আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||

যোগাযোগ = 9101835041 , 9854200799 ||

 

আজি আহাৰ মাহৰ ২২ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ৭ জুলাই |

শুক্লা পক্ষ, অষ্টমী তিথি ||

* *

সূৰ্য্যোদয় = ৪/৪১/২৬ মি.

সূৰ্য্যোস্থয় = ৬/১৪/৬ মি.

 

জন্মতঃ= কন্যা ৰাশি (প, ঠ), শূদ্ৰ বৰ্ন, বায়ু যোগ, দেব গন, মহিষৰ অস্থি |

 

আদ্যঋতু হলে ঃ= বেশ্যা যোগ, ১২ দিনীয়া ব্ৰত, ৰাজ হাহঁ দান, অধিপতি গ্ৰহ – ৰবি |

 

 

 

ভক্ষ্যাভক্ষ্যঃ= নাৰিকল আৰু আমিষ খোৱা নিষেধ ||

 

 

আজিৰ ৰাশিফলঃ =

 

মেষ = স্থান পৰিবৰ্তন হব পাৰে |

বৃষ = সন্মান লাভ কৰিব |

মিথুন = কাৰ্য্য সিদ্ধি হোৱাৰ যোগ আছে |

কৰ্কট = প্ৰেমত বিফল হব |

সিংহ = শুভ সংবাদ লাভ কৰিব |

কন্যা = সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি |

তুলা = পদবী লাভৰ যোগ আছে |

বৃশ্চিক = অযথা ব্যয়ৰ সন্মুখীন হব |

ধনু = কৰ্মত প্ৰতাৰিত হোৱাৰ যোগ |

মকৰ = এলাহ বৃদ্ধি হব |

কুম্ভ = গুৰুত্বৰ অভাৱ দেখা যায় |

মীন = কাৰ্য্য সিদ্ধি লাভ কৰিব |