আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||
আজি আহাৰ মাহৰ ১ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ১৬ জুন |
কৃষ্ণা পক্ষ, দ্বিতীয় তিথি, ৯/৪৪ মি. পৰা তৃতীয় তিথি ||
* *
সূৰ্য্যোদয় = ৪/৩৫/২০ মি.
সূৰ্য্যোস্থয় = ৬/১২/০ মি.
জন্মতঃ= ধনু ৰাশি (ধ, ফ,ভ), ক্ষত্রিয় বৰ্ন, মনুষ্য গন, গন্ধৰ্ব অস্থি, বৰুণ যোগ |
আদ্যঋতু হলে ঃ= পতিহিনা যোগ, ক”লা ছাগলী দান, অধিপতি গ্ৰহ — শনি, দিনৰ ১২/৩৭মি. পৰা সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ — শুক্ৰ ||
ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ , ৯/৪৪মি. পৰা পটল ||
আজিৰ ৰাশিফলঃ =
মেষ = মানসিক কষ্ট আছে |
বৃষ = শুভ সংবাদ লাভ কৰিব |
মিথুন = কৰ্মত বাধাৰ সৃষ্টি হব পাৰে |
কৰ্কট = সন্মান লাভ কৰিব পাৰিব |
সিংহ = কৰ্মত জটিলতা দেখা যায় |
কন্যা = মানসিক অৱসাদ লভিব |
তুলা = সময়ত বুদ্ধি ভ্ৰষ্ট হব পাৰে |
বৃশ্চিক = ভ্ৰমণ যোগ চলিছে |
ধনু = অযথা সময় ক্ষতি হব |
মকৰ = আত্মীয় আগমন ঘটিব |
কুম্ভ = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ |
মীন = শত্ৰুৰ পৰা ভয় আছে |