আজিৰ ৰাশিফল

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||

আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||

যোগাযোগ = 9101835041 , 9854200799 ||

আজি জেঠ মাহৰ ৩০ তাৰিখ মংগল বাৰ , ইংৰাজী ১৪ জুন |

শুক্ল পক্ষ, পূৰ্ণিমা তিথি ||

সূৰ্য্যোদয় = ৪/৩৪/২৭ মি.

সূৰ্য্যোস্থয় = ৬/১১/৫ মি.

জন্মতঃ= বৃশ্চিক ৰাশি (ন, য), দেৱাৰি গন, বিপ্ৰ বৰ্ন, হৰিণাৰ অস্থি, বৰুণ যোগ |

আদ্যঋতু হলে ঃ= পতিহিনা যোগ, ক”লা ছাগলী দান, অধিপতি গ্ৰহ — শনি ||

ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ ||                আজিৰ ৰাশিফলঃ

মেষ = মানসিক কষ্ট ভোগ কৰিব |

বৃষ = শুভ সংবাদ লাভ কৰিব |

মিথুন = কৰ্মত বাধাৰ সন্মুখীন হব |

কৰ্কট = সন্মান লাভ কৰিব পাৰিব |

সিংহ = কৰ্মত জটিলতা সৃষ্টি হব পাৰে |

কন্যা = অৱসাদ আহিব |

তুলা = বুদ্ধি ভ্ৰষ্ট হোৱা দেখা যায় |

বৃশ্চিক = ভ্ৰমণ যোগ আছে |

ধনু = অযথা সময় ক্ষতি হব |

মকৰ = আত্মীয় আগমন ঘটিব |

কুম্ভ = সঞ্চয় বৃদ্ধি হোৱা দেখা যায় |

মীন = ৰাজভয় আছে, সাৱধান হব |