আজিৰ ৰাশিফল

Pc MARCA

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি জেঠ মাহৰ ২৭ তাৰিখ শনিবাৰ , ইংৰাজী ১১ জুন |
শুক্ল পক্ষ, একাদশী তিথি, পুৱা ৫/৪৫/১৭ মি. পৰা দ্বাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৩৪/৩৫ মি.
সূৰ্য্যোস্থয় = ৬/৯/৪৩ মি.

জন্মতঃ= তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন, বৰুণ যোগ, মহিষৰ অস্থি ||

আদ্যঋতু হলে ঃ= বেশ্যা যোগ, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ – ৰবি ||

 

ভক্ষ্যাভক্ষ্যঃ= পূৰৈশাক খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = মানসিক কষ্ট ভোগ কৰিব |
বৃষ = শুভ সংবাদ লাভ কৰিব |
মিথুন = কৰ্মত বাধা পাব পাৰে |
কৰ্কট = সন্মান লাভ কৰিব |
সিংহ = কৰ্মত জটিলতা আছে |
কন্যা = অৱসাদ লভিব পাৰিব |
তুলা = বুদ্ধি ভ্ৰষ্ট হব পাৰে |
বৃশ্চিক = ভ্ৰমণ যোগ আছে |
ধনু = অযথা সময় ক্ষতি হব |
মকৰ = আত্মীয়ৰ আগমন ঘটিব |
কুম্ভ = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ আছে |
মীন = ৰাজভয় আছে, সাৱধান হব |