আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি মাঘ মাহৰ ২৭ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ১০ ফেব্ৰুৱাৰী |
শুক্ল পক্ষ, নৱমী তিথি, পুৱা ১১/৮/৫২ মি. পৰা দশমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/৬/৫৩ মি.
সূৰ্য্যোস্থয় = ৫/৮/৪২ মি.
জন্মতঃ= বৃষ ৰাশি (ব, ই, উ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি ||
আদ্যঋতু হলে ঃ= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ – বৃহস্পতি ||
ভক্ষ্যাভক্ষ্যঃ= কলমৌ খোৱা নিষেধ, ||
আজিৰ ৰাশিফলঃ =
মেষ = শত্রুৰ পৰা সাৱধান হব |
বৃষ = গৃহ অশান্তিত ভুগিব লগা হব পাৰে |
মিথুন = বন্ধুৰ পৰা সহায় লাভ কৰিব |
কৰ্কট = ব্যস্ততা বৃদ্ধি হোৱা দেখা যায় |
সিংহ = মনৰ উৎসাহ হ্ৰাস হব |
কন্যা = ভ্ৰমণত সুখ লাভ কৰিব |
তুলা = দেহ পীড়াই মনত কষ্ট দিব |
বৃশ্চিক = অৰ্থৰ আগমন বৃদ্ধি হব |
ধনু = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
মকৰ = কাৰ্যদক্ষতা বাঢ়িব |
কুম্ভ = যাত্রাত বিঘিনি আছে |
মীন = সমস্যা সমাধান কৰিব পাৰিব |